Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

বেটুপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া: মুক্ত বিশ্বকোষ
মুক্ত বিশ্বকোষ
নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ

প্ৰদীপ বৰুৱা (ইংৰাজী:Pradip Baruah) অসম,ভাৰতৰ এগৰাকী লেখক, সাংবাদিক, পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদক। চাৰি দশকৰো অধিক সময় তেওঁ অসমৰ ভাষা-সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। প্ৰদীপ বৰুৱা অসমৰ সিংহপুৰুষ আৰু দ্য আছাম ট্ৰিবিউন কাকতৰ প্ৰতিষ্থাপক ৰাধাগোবিন্দ বৰুৱাৰ তৃতীয় আৰু কনিষ্ঠ পুত্ৰ। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতেই তেওঁ পিতৃয়ে প্ৰতিষ্ঠা কৰা ইংৰাজী কাকতখনত যোগদান কৰে। সংগীতৰ প্ৰতিও বিশেষ অনুৰাগ থকা বৰুৱাই ১৯৬৪ চনত কেইগৰাকীমান বন্ধু-সতীৰ্থৰ লগ লাগি 'মধুচয়নিকা' নামৰ সাংস্কৃতিক দল গঠন কৰিছিল।

১৯৮১ চনৰ ১ ডিচেম্বৰত পষেকীয়া আলোচনী প্ৰান্তিক ৰ জন্ম দিয়া বৰুৱাই ১৯৯৭ চনৰপৰা আমৃত্যু পৰ্যন্ত আলোচনীখনৰ সম্পাদক আৰু প্ৰকাশকৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰান্তিকৰ প্ৰতিষ্থাপক সম্পাদক আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়া। অসমীয়া প্ৰতিদিন গোষ্ঠীৰ সাদিন সাহিত্য-সাংবাদিকতা বঁটা, কমল কুমাৰী বঁটাকে ধৰি একাধিক উল্লেখযোগ্য সন্মান আৰু স্বীকৃতি তেওঁ লাভ কৰিছে। ‘স্বগতোক্তি’ হৈছে ২০১৮ চনত প্ৰকাশ পোৱা তেখেতৰ আত্মজীৱনী। ৷
ইয়াত বিতংকৈ পঢ়ক
আপুনি জানেনে?
আপুনি জানেনে...
সুশীল কুমাৰ
  • সুশীল কুমাৰ দুখনঅলিম্পিকৰ ব্যক্তিগত শাখাত পদক জয় কৰা প্ৰথম ভাৰতীয়।
  • ৫ আগষ্ট ১৯৩০ ত জন্মগ্ৰহণ কৰা চন্দ্ৰত খোজকঢ়া প্ৰথম মানৱআমেৰিকা যুক্তৰাষ্ট্ৰনীল আৰ্মষ্ট্ৰঙৰ ২৫ আগষ্ট ২০১২-ত চিনচিনাটীত হৃদপিণ্ডৰ অসুখৰ বাবে মৃত্যু হয়।
  • দুগ্ধ উন্নয়নত ভাৰতক পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ শক্তি হিচাপে পৰিগণিত কৰোৱা 'দুগ্ধমানৱভাৰ্গিজ কুৰিয়েনে নিজে গাখীৰ নেখাইছিল।
  • আজিলৈকে হোৱাফুটবল বিশ্বকাপৰ ফাইনেলত কেৱলইউৰোপ আৰুদক্ষিণ আমেৰিকাৰ দেশসমূহেহে প্ৰতিদ্বন্দিতা কৰিছে, তিনিবাৰৰ চেম্পিয়ন জাৰ্মানী আৰু পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলে সৰ্বাধিক সংখ্যাক ৭ বাৰকৈ বিশ্বকাপৰ ফাইনেল খেলিছে।
  • বৰ্তমানৰফিফা বিশ্বকাপৰ ট্ৰফী ১৯৭৪ চনৰ পৰা বিজয়ী দলক দি অহা হৈছে।
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/ফেব্ৰুৱাৰী,২০২৬
বৰপেটাৰহোলীগীত লক্ষণীয়ভাৱে জনপ্ৰিয় এক লোক-সাংস্কৃতিক উপাদান।হিন্দু ধৰ্মৰ অনন্যসুন্দৰবসন্তোৎসৱত পৰিৱেশিত এই হোলীগীতসমূহ হৈছে ভগৱান শ্ৰীকৃষ্ণ বন্দনাৰ সুন্দৰ গীতিকাব্য। সাধাৰণতঃ দৌল উৎসৱ বা ফাকুৱা চাবলৈ বিভিন্ন ঠাইৰপৰা বৰপেটা সত্ৰলৈ আহিলে এই হোলীগীতৰ মহত্ত্ব অনুভৱ কৰিব পৰা যায়।
আলোকচিত্ৰ:ময়ূৰী এম. দাস

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতেইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে ৬ কোটিৰো অধিক প্ৰবন্ধ সম্বলিত ৩৩০ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ১৫০ কোটি লোকে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেওৱিকিমিডিয়াৰ তত্বাৱধানতৱিকিচ’ৰ্ছ (ৱিকিউৎস),ৱিকিউদ্ধৃতি,ৱিক্স্যনেৰী (ৱিকি-অভিধান),ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি ·পাতনি ·পৰিচয় ·সহায়িকা ·সমল ·সাহায্য কেন্দ্ৰ ·প্ৰশ্নসমূহ ·অৰ্থকোষ ·নতুন প্ৰবন্ধ সৃষ্টি ·টাইপিং ·পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী ·পঞ্চস্তম্ভ ·ৱিকিপিডিয়া কি নহয় ·নিৰপেক্ষ দৃষ্টিভংগী ·উল্লেখযোগ্যতা ·মৌলিক গৱেষণাৰহিত লেখা ·কপিৰাইট ·বিশ্বাসযোগ্যতা ·সম্পাদনা নীতি ·দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ ·ব্যক্তিগত আক্ৰমণ নকৰিব ·হাৰাশাস্তি ·সম্পাদনা দ্বন্দ্ব ·মতবিৰোধ সমাধান ·ঐক্যমত ·ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম

অসম ·অসমৰ জিলা ·ভাষা আৰু লিপি ·লোক-সংস্কৃতি ·জনগোষ্ঠী ·বুৰঞ্জী ·প্ৰসিদ্ধ ব্যক্তি ·অসমীয়া সাহিত্য ·অসমৰ সংগীত ·অসমৰ চলচ্চিত্ৰ .অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা

ভাৰত

ৰাজ্যসমূহ ·ভাষাসমূহ ·নদীসমূহ ·সংস্কৃতি ·উৎসৱ ·বুৰঞ্জী ·ৰাজনীতি ·প্ৰসিদ্ধ ব্যক্তি ·শিক্ষা

দেশ-বিদেশ

মহাদেশ ·ৰাষ্ট্ৰসমূহ ·নগৰ-মহানগৰ ·পৰ্যটন

মানৱ বিজ্ঞান

কলা ·অৰ্থনীতি ·ৰাজনীতি বিজ্ঞান ·সমাজবিদ্যা ·ভূগোল ·ইতিহাস আৰু প্ৰাক-ইতিহাস ·ভাষা বিজ্ঞান ·দৰ্শন ·শিক্ষা

সাহিত্য আৰুসংস্কৃতি

সাহিত্য ·সংগীত ·ধৰ্ম ·বঁটা আৰু সন্মান

জীৱনী

অসমৰ প্ৰসিদ্ধ ব্যক্তি ·ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি ·বিজ্ঞানী‎ ·চলচ্চিত্ৰ শিল্পী ·কণ্ঠশিল্পী‎ ·সকলো

বিজ্ঞান

গণিত ·পদাৰ্থ বিজ্ঞান ·ৰসায়ন বিজ্ঞান ·প্ৰাণীজগত ·উদ্ভিদজগত ·চিকিৎসা বিজ্ঞান ·জ্যোতিৰ্বিজ্ঞান ·কম্পিউটাৰ বিজ্ঞান ·প্ৰযুক্তি ·পৰিৱেশ বিজ্ঞান ·নৃতত্ব ·পূৰাতত্ব

মনোৰঞ্জন

বোলছবি ·দূৰদৰ্শন ·ভ্ৰাম্যমাণ থিয়েটাৰ ·পাকঘৰ ·ইণ্টাৰনেট ·খেল

ৱিকিপিডিয়া

আৰম্ভণি ·ৱিকিপিডিয়াৰ নীতি ·ৰাইজৰ চ'ৰা ·শেহতীয়া ঘটনাৱলী ·অৰ্থকোষ ·পৰীক্ষাগাৰ ·ৱিকিপত্ৰিকা ·অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা

অন্যান্য ৱিকি-প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠানৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):
Commonsৱিকিমিডিয়া কমন্স
অংশীদাৰী মিডিয়া ভঁৰাল
Wikiquoteৱিকিউদ্ধৃতি
উক্তিৰ সংগ্ৰহালয়
Wikiversityৱিকিবিশ্ববিদ্যালয়
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম
Wikibooksৱিকিগ্ৰন্থ
মুক্ত পাঠ্যপুথি আৰু হাতপুথি
Wikisourceৱিকিউৎস
মুক্ত উৎসৰ পুথিভঁৰাল
Wiktionaryৱিকিঅভিধান
অভিধান আৰু সমাৰ্থক শব্দকোষ
Wikinewsৱিকিসংবাদ
মুক্ত উৎসৰ বাতৰি
Wikispeciesৱিকিপ্ৰজাতি
জীৱপ্ৰজাতি নিৰ্দেশিকা
Meta-Wikiমেটাৱিকি
ৱিকিমিডিয়া প্ৰকল্প সমন্বয়
অন্য ভাষাৰ ৱিকিপিডিয়াসমূহ
ফেইচবুক এক্স (টুইটাৰ) ইনষ্টাগ্ৰাম ইউটিউব টেলিগ্ৰাম 
"https://as.wikipedia.org/w/index.php?title=বেটুপাত&oldid=535746"ৰ পৰা অনা হৈছে
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2026 Movatter.jp